Posts

ষষ্ঠবিংশ সাধু - সোন-বৰিষ ৰজা - ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা

ষষ্ঠবিংশ সাধু - সোন-বৰিষ ৰজা - ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা  ষষ্ঠবিংশ সাধু - সোন-বৰিষ ৰজা - ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা Hun Borikh Roja Kokadeuta aru Natilora Lakshminath Bezbarua's Famous Assamese Story Deevlibrary  সোন-বৰিষ ৰজা  ককাদেউতা আৰু নাতি ল'ৰা  এজন চহকী বুঢ়াৰ কেইবাটাও পুতেক আছিল। ক্রমে বুঢ়াই আটাইকেউটাকে বিয়া কৰাই দিলে, মাথোন বাকী ৰ'ল নুমলীয়াটো। অনেক চাই চিন্তি বুঢ়াই বিচাৰি-খোচাৰি শেষত এঘৰত এজনী লখিমী যেন ছোৱালী পাই নুমলীয়ালৈ. তাইক বিয়া কৰাই আনিলে। ছোৱালীজনী সঁচাকৈয়ে লখিমী আছিল। তাইক আনিবৰে পৰা বুঢ়াৰ ঘৰ আগতকৈও ধনে-ধানে ভৰি পৰিল, আৰু ঘৰত অপায়-অমঙ্গল নৰীয়া-পৰীয়াও নাইকিয়া হ'ল। কিন্তু এই দেখি বুঢ়াৰ পুৰোহিত বামুণৰ মনত বেজাৰ। পুৰোহিতক লাগে বুঢ়াৰ ঘৰত মৰা-হজা, নৰীয়া-পৰীয়া, অপায়-অমঙ্গল, তেহে তেওঁ শান্তিকৰম, তুলসী দিয়া আদি কাজ-কাম পাতি বুঢ়াৰ পৰা উলিয়াব পাৰে। তাৰে মূৰ মাৰল দেখি পুৰোহিত চিন্তাত পৰিল, তেওঁৰ ৰাতি ভাৱনাত টোপনি নহা হ'ল। তেওঁৰ ঘৰখনত ল'ৰা-ছোৱালী পো-পোৱালী এবোজা, বুঢ়াৰ ঘৰতে ওলমি কোনোমতে প্ৰৱৰ্তি আছিল, এতিয়া ত...

পঞ্চবিংশ সাধু - ৰজাৰ ল'ৰা আৰু শিয়ালৰ‌ সাধু - ককাদেউতা আৰু নাতি ল'ৰা - ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

Image
পঞ্চবিংশ সাধু - ৰজাৰ ল'ৰা আৰু শিয়ালৰ‌ সাধু - ককাদেউতা আৰু নাতি ল'ৰা - ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা  পঞ্চবিংশ সাধু - ৰজাৰ ল'ৰা আৰু শিয়ালৰ‌ সাধু - ককাদেউতা আৰু নাতি ল'ৰা - ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা  পঞ্চবিংশ সাধু - ৰজাৰ ল'ৰা আৰু শিয়ালৰ‌ সাধু - ককাদেউতা আৰু নাতি ল'ৰা - ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়াত সাধু অসমীয়াত‌ গল্প Rojar Lora aru Hiyalor Hadhu - Kokadeuta aru Natilora - Lakshminath Bezbarua's Story Book Assamese Famous Story Deevlibrary  ৰজাৰ ল'ৰা আৰু শিয়ালৰ সাধু   এক ৰজাৰ ল'ৰাই দেশ চাবৰ মনেৰে এটা ঘোঁৰাত উঠি ঘৰৰপৰা বাজ হ'ল। তেওঁ সেইদৰে দুই-তিনিখন দেশ ফুৰাৰ পাছত এদিন হাবিৰ মাজৰ বাট এটাতে তেওঁৰ গধূলি হ'ল। সেই সময়তে এটা শিয়াল হাবিৰপৰা ওলাই আহি সেই বাটতে ভেম জুৰি বহি আছিল। ৰজাৰ ল'ৰাই তাক দেখিয়েই মাত লগালে, "হেৰৌ! খোলাকটিৰ মূৰ খোৱা হেৰৌ! মোৰ ঘোঁৰাই ভয় খাব; আঁতৰ হ! নহ'লে মই নামিবলৈ পালে তোৰ কঁকালৰ জোৰা ভাঙিম!” শিয়ালে উত্তৰ দিলে, “মই আঁতৰ হ'ব নোৱাৰোঁ। তোৰ ঘোঁৰা এফলীয়াকৈ লৈ যা।” একোপধ্যে শিয়াল বাটৰপৰা নাতৰা দেখি ল'ৰাই তেওঁৰ ঘোঁ...

চতুৰ্বিংশ সাধু - শিয়াল পগলা - ককাদেউতা‌ আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা

Image
চতুৰ্বিংশ সাধু - শিয়াল পগলা - ককাদেউতা‌ আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা   চতুৰ্বিংশ সাধু - শিয়াল পগলা - ককাদেউতা‌ আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা  চতুৰ্বিংশ সাধু - শিয়াল পগলা সাধু  - লক্ষ্মীনাথ বেজবৰুৱাৰ ককাদেউতা‌ আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা Hiyal Pogola Hadhu Lakshminath Bezbarua's Kokadeuta aru Natilora Assamese Story  শিয়াল পগলা - ককাদেউতা‌ আৰু নাতি ল'ৰা একালত বিক্রমাদিত্য নামে এজন ৰজা আছিল। তেওঁৰ পুতেকে ভোজ ৰজাৰ জীয়েকক বিয়া কৰিছিল। বিক্রমাদিত্য ৰজাৰ মৰণ হেনো গঙ্গাৰ তীৰত আছিল। সেইদেখি বিক্রমাদিত্যৰ মৰণৰ সময় হ'লত তেওঁক গঙ্গাতীৰলৈ অনা হ'ল। কিন্তু গঙ্গাযাত্রা কৰি তেওঁক গঙ্গাৰ তীৰতে থোৱা হৈছিল, কোনোমতেই তেওঁৰ জীৱ নাযায়। লগত পুতেক আৰু বোৱাৰীয়েক দুয়ো আছিল। তিন দিনৰ মূৰত বিক্ৰমাদিত্যই অলপ জ্ঞান পাই পুতেকক ওচৰলৈ মাতি আনি ক'লে, "বোপাই, মোৰ সোণৰ ধোঁৱাখোৱাটোত ধপাত এহোপা খাবৰ মন গৈছে, দেছোন।” তালৈ ধোঁৱাখোৱাতো লৈ যোৱা হোৱা নাছিল, সেইদেখি পুতেকে ঘৈণীয়েকক শহুৰেকৰ ওচৰত থৈ লৰি ধোঁৱাখোৱাটো আনিবলৈ গ'ল। এনেতে বুঢ়া ৰজাৰ অন্তিমকাল উপস্থিত হ'ল। ৰ...

অসমীয়া‌ কৌতুক Assamese Koutuk

অসমীয়া‌ কৌতুক Assamese Koutuk অসমীয়া‌ কৌতুক হাঁহিৰ ৰহঘৰা Assamese Koutuk | Hahir Rohghora | Koutuk in Assamese language   অসমীয়া‌ কৌতুক Assamese Koutuk দুই বন্ধুৰ কথোপকথোন। প্রথমজনে ক'লে- ভাই, আজি প্ৰথমবাৰৰ বাবে এলার্ম ঘড়ীয়ে মোৰ টোপনি ভাগিলে। দ্বিতীয়জন- কিয়? আনকালে নাভাগে নেকি? প্রথমজন- নাভাগে। এলার্ম বাজি থাকিলেও মই সাৰ নাপাওঁ। দ্বিতীয়জন- আজি তেনেহ'লে কেনেকৈ ভাগিল? প্রথমজন- আজি এলার্ম বাজি বাজি শেষ হোৱাৰ পাছত ঘৈণীয়ে খঙতে ঘড়ীটো মোৰ মূৰলৈ দলিয়াই দিলে। তেতিয়াহে.........। ****** মেনেজাৰ- তুমি খুব বেছি ছুটী লোৱা। কেতিয়াবা ঘৈণীয়েৰাক ষ্টেচনত থ'বৰ বাবে, কেতিয়াবা শহুৰৰ মৃত্যুৰ বাবে, কেতিয়াবা ল'ৰাৰ অন্নপ্রাশনৰ বাবে, কেতিয়াবা ঘৈণীয়েৰাক ডাক্তৰক দেখুৱাবৰ বাবে আৰু যে কিমান কাৰণত ছুটী লৈছা, তাৰ কোনো হিচাব নাই। এইবাৰ কি কাৰণ লৈ ছুটী বিচাৰি আহিছা? কৰ্মচাৰী-ছাৰ, সঁচা কথা কৈছোঁ, এইবাৰ মোৰ নিজৰ বিয়াৰ বাবে। অহা মাহৰ তিনি তাৰিখে মোৰ বিয়া। ****** গিৰীয়েকে ঘৈণীয়েকক গর্বেৰে ক'লে-তুমি কি ভাবিছা মোক? মই মোৰ জীৱনক নিজে গঢ় দিছোঁ। ঘৈণীয়েক- এই কথা আপুনি মোক ইমান দিনে কোৱা নাছিল কিয়? মই আপোনাৰ...

আমাৰ ৰাজ্যখন পাঠ-১০ চতুৰ্থ শ্ৰেণী Class4 Chapter10

আমাৰ ৰাজ্যখন পাঠ-১০ চতুৰ্থ শ্ৰেণী Class4 Chapter10 আমাৰ ৰাজ্যখন পাঠ-১০ আমি আৰু আমাৰ পৰিৱেশ চতুৰ্থ শ্ৰেণী Amar Rajyakhon Chapter10 Class4  ১/ অসম ভাৰতৰ কোনটো অংশত অৱস্থিত? উত্তৰ: অসম ভাৰতৰ উত্তৰ-পূব অংশত অৱস্থিত। ২/ অসমৰ চাৰিসীমাত থকা ৰাজ্যবোৰৰ নাম লিখা। উত্তৰ: অসমৰ চাৰিসীমাত থকা ৰাজ্যবোৰৰ নাম‌ হ'ল - অৰুণাচল প্ৰদেশ  নাগালেও মিজোৰাম মনিপুৰ ত্রিপুৰা মেঘালয়  পশ্চিমবংগ  ৩/ অসমৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম লিখা। এই বিদেশী ৰাষ্ট্রকেইখন অসমৰ কোন কোন দিশত অৱস্থিত? উত্তৰ: অসমৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম হ'ল - ভূটান আৰু বাংলাদেশ। অসমৰ উত্তৰে ভূটান আৰু দক্ষিণ-পশ্চিম দিশত বাংলাদেশ অৱস্থিত। ৪/ ডিমা হাছাও জিলাৰ এখন উপনৈৰ নাম লিখা। উত্তৰ: ডিমা হাছাও জিলাৰ এখন উপনৈৰ নাম হ'ল - জাতিংগা। ৫/ অসমক কিয় নৈ-প্রধান ৰাজ্য বুলি কোৱা হয়? উত্তৰ: অসমৰ মাজেৰে বহু নৈ-উপনৈ বৈ গৈছে। সেয়ে অসমক এখন নৈ-প্রধান ৰাজ্য বুলি কোৱা হয়। ৬/ অসমৰ প্রধান নৈ দুখনৰ নাম কি? উত্তৰ: অসমৰ প্রধান নৈ দুখনৰ নাম হৈছে ব্রহ্মপুত্ৰ আৰু বৰাক। ৭/ উপত্যকা বুলিলে কি বুজা? উত্তৰ: দুশাৰী পৰ্বত বা দুই উচ্চ ভূ...

গছ গছনিৰ কথা পাঠ-১ চতুৰ্থ শ্ৰেণী Class4 Chapter-1

গছ গছনিৰ কথা পাঠ-১ চতুৰ্থ শ্ৰেণী Class4 Chapter-1  গছ গছনিৰ কথা পাঠ-১ চতুৰ্থ শ্ৰেণী আমি আৰু আমাৰ পৰিৱেশ Class4 Chapter-1 Assam Assamese Medium Amar Poribekh অনুশীলনী ১/ উত্তৰ লিখা- (ক) উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম লিখা। উত্তৰ: উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম হ'ল গা-গছ বা কাণ্ড, ডাল, পাত, ফুল আৰু ফল, শিপা। (খ) শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম লিখা। উত্তৰ: শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম হ'ল গাজৰ, মূলা, বীট। (গ) উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ কি? উত্তৰ: উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ হ'ল পাতত পত্ৰহৰিৎ নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে। (ঘ) বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম লিখা। উত্তৰ: বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম‌ হ'ল গোলাপ, নয়নতৰা। (ঙ) গ্রীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম লিখা। উত্তৰ: গ্রীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম হ'ল আম, কঁঠাল, লিচু। (চ) চাৰিবিধ বহুগুটীয়া ফলৰ নাম লিখা। উত্তৰ: চাৰিবিধ বহুগুটীয়া ফলৰ নাম হ'ল- লেটেকু, ডালিম, কমলা, ৰবাবটেঙা। ২। খালী ঠাই পূৰ কৰা- (ক) উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ__গেছ ব্যৱহাৰ কৰে। উত্তৰ: কাৰ্বন-ড...

ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ বিষয়ে ৰচনা Essay on Bhabendranath Saikia

ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ বিষয়ে ৰচনা Essay on Bhabendranath Saikia  ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ বিষয়ে ৰচনা অসমীয়াত Essay on Most Popular Writer Filmmaker Dr. Bhabendranath Saikia ভবেন্দ্র নাথ শইকীয়া পৰিচয় ভবেন্দ্র নাথ শইকীয়া জীৱন বৃত্ত ভবেন্দ্র নাথ শইকীয়াৰ গল্পৰ বৈশিষ্ট্য ভবেন্দ্র নাথ শইকীয়াৰ উপন্যাস ভবেন্দ্র নাথ শইকীয়াৰ শিশু সাহিত্য ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ বিষয়ে ৰচনা  Bhabendranath Saikia  ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ জন্ম আৰু পৰিচয়: অসমৰ বিশিষ্ট গল্পকাৰ, শিশু-সাহিত্যিক আৰু চলচ্চিত্ৰ পৰিচালক ড° ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁৱৰ ফৌজদাৰীপট্টিত। তেওঁৰ পিতৃ বিদুৰ কুমাৰ শইকীয়া আৰু মাতৃ চম্পাবালা শইকীয়া। মাতৃ আছিল ভীমৰ গাঁৱৰ এটা অতি সাধাৰণ পৰিয়ালৰ। কাণেৰে কম শুনিছিল। গোটেই জীৱনটো মাতৃক ডাঙৰ ডাঙৰকৈ ক'ব লাগিছিল। পাঁচটা ল'ৰাৰ ভিতৰত ভবেন্দ্ৰনাথ শইকীয়া আছিল সৰু। সৰুতে শইকীয়াই লাটুম খেলি বৰ ভাল পাইছিল। ড° ভবেন্দ্ৰনাথ শইকীয়া সৰুৰে পৰা স্বাৱলম্বী আছিল। তেওঁ সৰুৰে পৰা পিতৃক পইচা নিবিচাৰি নিজেই নিজৰ যাৱতীয় বস্তুখিনি উলিয়াই লৈছিল। বাৰীৰ আদা, জলকীয়া আদি বজা...