Posts

Showing posts from September, 2025

ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ বিষয়ে ৰচনা Essay on Bhabendranath Saikia

ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ বিষয়ে ৰচনা Essay on Bhabendranath Saikia  ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ বিষয়ে ৰচনা অসমীয়াত Essay on Most Popular Writer Filmmaker Dr. Bhabendranath Saikia ভবেন্দ্র নাথ শইকীয়া পৰিচয় ভবেন্দ্র নাথ শইকীয়া জীৱন বৃত্ত ভবেন্দ্র নাথ শইকীয়াৰ গল্পৰ বৈশিষ্ট্য ভবেন্দ্র নাথ শইকীয়াৰ উপন্যাস ভবেন্দ্র নাথ শইকীয়াৰ শিশু সাহিত্য ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ বিষয়ে ৰচনা  Bhabendranath Saikia  ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ জন্ম আৰু পৰিচয়: অসমৰ বিশিষ্ট গল্পকাৰ, শিশু-সাহিত্যিক আৰু চলচ্চিত্ৰ পৰিচালক ড° ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁৱৰ ফৌজদাৰীপট্টিত। তেওঁৰ পিতৃ বিদুৰ কুমাৰ শইকীয়া আৰু মাতৃ চম্পাবালা শইকীয়া। মাতৃ আছিল ভীমৰ গাঁৱৰ এটা অতি সাধাৰণ পৰিয়ালৰ। কাণেৰে কম শুনিছিল। গোটেই জীৱনটো মাতৃক ডাঙৰ ডাঙৰকৈ ক'ব লাগিছিল। পাঁচটা ল'ৰাৰ ভিতৰত ভবেন্দ্ৰনাথ শইকীয়া আছিল সৰু। সৰুতে শইকীয়াই লাটুম খেলি বৰ ভাল পাইছিল। ড° ভবেন্দ্ৰনাথ শইকীয়া সৰুৰে পৰা স্বাৱলম্বী আছিল। তেওঁ সৰুৰে পৰা পিতৃক পইচা নিবিচাৰি নিজেই নিজৰ যাৱতীয় বস্তুখিনি উলিয়াই লৈছিল। বাৰীৰ আদা, জলকীয়া আদি বজা...