Posts

Showing posts from August, 2025

ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকী - ডঃ ৰাজেন্দ্ৰ প্রসাদ দেৱৰ বিষয়ে

Image
ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকী - ডঃ ৰাজেন্দ্ৰ প্রসাদ দেৱৰ বিষয়ে  ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকী - ডঃ ৰাজেন্দ্ৰ প্রসাদ দেৱৰ বিষয়ে অসমীয়া ৰচনা First President of India - Rajendra Prasad Assamese Essay ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকী - ডঃ ৰাজেন্দ্ৰ প্রসাদ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকী - ডঃ ৰাজেন্দ্ৰ প্রসাদ দেৱৰ বিষয়ে  সুদীর্ঘ এলানি আন্দোলনৰ অন্তত ভাৰতে লাভ কৰিলে স্বাধীনতা। ভাৰতবাসীৰ অক্লান্ত পৰিশ্রমে ভাৰতত শান্তিৰ ন-সুৰুষৰ অম্লান পোহৰ কঢ়িয়াই আনিলে। এই পোহৰৰ মধুৰ ৰেঙণিৰে ভাৰতবাসীৰ হাতত তুলি দিলে ত্রুটিহীন এখন সংবিধান। এই সংবিধান খনে ভাৰতবাসী জীয়াই থকা সকলোখিনি প্রয়োজনীয় অধিকাৰ প্রদান কৰি এক স্বাধীন জীবন-যাপন কৰাৰ পথ সুগম কৰি তোলে। পূণ্য তীর্থ ভাৰতবৰ্ষৰ বিশাল জনগণই ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পুৱাৰ বেলাত বহুমুখী প্রতিভাসম্পন্ন এজন আদর্শ ব্যক্তিক স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে লাভ কৰে আৰু সেই ব্যক্তিজনেই হ'ল-ডঃ ৰাজেন্দ্ৰ প্রসাদ। জীৱনৰ প্ৰতিটো খোজক গান্ধীজীৰ অহিংস দর্শণেৰে আগবঢ়াই নিয়া ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম হৈছিল ১৮৮৪ চনৰ ৩ ডিচেম্বৰ তাৰিখে বিহাৰৰ সাৰণ জিলাৰ জীৰাদেঈ গাঁৱত। কায়স্থ পৰি...